Boragi Nodir Ghat cover art

Boragi Nodir Ghat

Preview
Free with 30-day trial
Prime logo New to Audible Prime Member exclusive:
2 credits with free trial
1 credit a month to use on any title to download and keep
Listen to anything from the Plus Catalogue—thousands of Audible Originals, podcasts and audiobooks
Download titles to your library and listen offline
₹199 per month after 30-day trial. Cancel anytime.

Boragi Nodir Ghat

Written by: অনুৰাধা শৰ্মা পূজাৰী
Narrated by: Sasanka Samir
Free with 30-day trial

₹199 per month after 30-day trial. Cancel anytime.

Buy Now for ₹546.23

Buy Now for ₹546.23

About this listen

এটা মধ্য আৰু নিম্নবিত্তৰ অঞ্চলত হঠাতে খলকনি তুলিলে এটা নামে। মিচেছ খান্না। কিন্তু কোন এই মিচেছ খান্না? হাইকামাণ্ড ষ্টোৰৰ ধৰণী দলেৰ লগত কেনেকৈ যোগাযোগ হ'ল মিচেছ খান্নাৰ? ধৰণীৰ দোকানখনৰ নামেই বা কিয় হাইকামাণ্ড ষ্টোৰ? মিচেছ খান্নাক লগ পোৱাৰ পিছত কিয় নয়নতৰাৰ কথাই আমনি কৰিছিল ধৰণীক? কোন আছিল নয়নতৰা? কিয় কৈছিল নয়নতৰাই - তুমি কোৱা অবৈধ অশ্লীলতা এইবোৰ মই নুবুজোঁ। চন্দ্ৰক মই মনেৰে ঘিণ কৰোঁ, অথচ চন্দ্ৰক দেহাটো সদায় দিবলৈ বাধ্য। তুমি মোৰ বিবাহিত পুৰুষ নহয়, অথচ স্ব-ইচ্ছাই তোমাৰ বুকুত মই সোমাই আছোঁ। চকুৰ আগতে সলনি হৈ গৈছিল সময়। মানুহবোৰৰ মনবোৰ সলনি হৈ গৈছিল। সলনি হোৱা মানুহবোৰৰ কথাবোৰে আঘাট কৰিছিল ধৰণীক। কিন্তু কিয়? মনৰ মাজত দোলা দি থকা কথাবোৰ বাস্তৱ হ'ল নে? মিচেছ খান্নাৰ কি হ'ল? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰখ্যাত সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস 'ব'ৰাগী নদীৰ ঘাট'।©2022 Storyside IN (P)2022 Storyside IN Genre Fiction Literary Fiction
No reviews yet