Xanito nokh cover art

Xanito nokh

Preview
Free with 30-day trial
Prime logo New to Audible Prime Member exclusive:
2 credits with free trial
1 credit a month to use on any title to download and keep
Listen to anything from the Plus Catalogue—thousands of Audible Originals, podcasts and audiobooks
Download titles to your library and listen offline
₹199 per month after 30-day trial. Cancel anytime.

Xanito nokh

Written by: ৰঞ্জু হাজৰিকা
Narrated by: ৰূপকৃষ্ণ পাটৰ
Free with 30-day trial

₹199 per month after 30-day trial. Cancel anytime.

Buy Now for ₹210.00

Buy Now for ₹210.00

About this listen

ৰঞ্জু হাজৰিকাৰ বহুকেইখন জনপ্ৰিয় ৰহস্য উপন্যাসৰ চিনাকী ডিটেকটিভ চৰিত্ৰ পবিত্ৰ লহকৰ, ডঃ অমলকৃষ্ণ হাজৰিকা আৰু দেৱজিত ফুকন 'শানিত নখ'ৰো কেন্দ্ৰীয় চৰিত্ৰ। জুৱেল থিফ্ কোন? পাৰ্থপ্ৰতীমৰ মহামূল্যৱান 'ৰূবী'টোৰ অপহৰণৰ অন্তৰালত প্ৰকৃততে কোন? গোপন ৰহস্যৰ শুংশুত্ৰ বিচাৰি ডিটেকটিভ দেৱজিত ফুকন আৰু পবিত্ৰ লহকৰ দিশহাৰা। আৰু অমলকৃষ্ণ? দুৰ্বৃত্তৰ পিষ্টলৰ গুলীত পবিত্ৰ নিহত, কিন্তু.. তনুজা কোন? তেওঁ যদি পাৰ্থৰ প্ৰেমিকা তেন্তে কিয় আহিছিল 'ৰূবী'টো অপহৰণ কৰিবলৈ? ৰহস্যৰ কুহেলিকাত আপুনিও দিশহাৰা হৈ পৰিব.. শানিত নখৰ আঁচোৰত আপুনিও ধৰাশায়ী হৈ পৰিব। আতংক, ঊৎকণ্ঠা, উদ্বেগৰ ভয়ংকৰ ৰূদ্ধশ্বাস কাহিনী 'শানিত নখ' এইবাৰ শুনক ষ্টৰীটেলত।©2021 Storyside IN (P)2021 Storyside IN African American Mystery
No reviews yet