Aaborir Akash Aru Prithibi cover art

Aaborir Akash Aru Prithibi

Preview

Listen with Audible free trial

Free with 30-day trial
Prime logo New to Audible Prime Member exclusive:
2 credits with free trial
1 credit a month to use on any title to download and keep
Listen to anything from the Plus Catalogue—thousands of Audible Originals, podcasts and audiobooks
Download titles to your library and listen offline
₹199.00 per month after 30-day trial. Cancel anytime.

Aaborir Akash Aru Prithibi

Written by: মনালিছা শইকীয়া
Narrated by: Sarmistha Chakravorty
Free with 30-day trial

₹199.00 per month after 30-day trial. Cancel anytime.

Buy Now for ₹573.54

Buy Now for ₹573.54

জীৱনক বুজিব লাগিব। জীৱনৰ মুখামুখি হ'ব পাৰিব লাগিব। মাটিত ভৰি ৰাখিবলৈও তাইক সাহসৰ দৰকাৰ। সেই সাহস আৰু শক্তি তাই আহৰণ কৰিব বুদ্ধৰ পৰা। এইখিনি কথা তাইক সুন্দৰ চমুৱাই কৈছিল। তাই' 'আবৰি' । নিজকে খোলাৰ ভিতৰত সামৰি আনৰ সুখৰ বাবে সৰ্বস্ব বিলাই দিয়া এজনী ছোৱালী। পৃথিৱীৰ জটিলতাৰ তুলনাত তাইৰ ভগ্ন হৃদয়ৰ বিননি যেন মাথোঁ বিলাসিতা। প্ৰেমে মানুহক ধ্বংস নকৰে। সকলোকে ভালপোৱা আবৰি নামৰ ছোৱালীজনীয়ে ডাঙৰ হৈ অহাৰ লগে লগে বুজি উঠে বহু কথা। কিন্তু কি হ'ল আবৰিৰ? আবৰিয়ে পাৰিলে নে বুদ্ধ ৰ পৰা সাহস আৰু শক্তি আহৰণ কৰিব? মানসিক ভাৰসাম্যতা হেৰুৱাই পেলোৱা তাইৰ মৰমৰ সীমা বায়েকৰ কি হ'ল? আৰু বকুল খুৰা! তাইৰ কৈশোৰৰ বন্ধু, তাইৰ কৈশোৰৰ প্ৰেম পৰিমল ৰ কাহিনীয়ে বা কোনফালে গতি ল'লে? আৰু তাইৰ প্ৰিয় কবি, তেওঁৰ সৈতে আবৰিৰ সম্পৰ্ক কি আছিল? আহক শুনোঁ জনপ্ৰিয় কাহিনীকাৰ মনালিছা শইকীয়াৰ প্ৰেম আৰু জীৱনবোধেৰে পৰিপূৰ্ণ উপন্যাস 'আবৰিৰ আকাশ আৰু পৃথিৱী', শৰ্মিষ্টা চক্ৰৱৰ্তীৰ কণ্ঠত।©2021 Storyside IN (P)2021 Storyside IN Genre Fiction Literary Fiction
adbl_web_anon_alc_button_suppression_t1
No reviews yet