Aatmanuxondhan cover art

Aatmanuxondhan

Preview

Listen with Audible free trial

Free with 30-day trial
Prime logo New to Audible Prime Member exclusive:
2 credits with free trial
1 credit a month to use on any title to download and keep
Listen to anything from the Plus Catalogue—thousands of Audible Originals, podcasts and audiobooks
Download titles to your library and listen offline
₹199.00 per month after 30-day trial. Cancel anytime.

Aatmanuxondhan

Written by: হোমেন বৰগোহাঞি
Narrated by: RJ Tarun
Free with 30-day trial

₹199.00 per month after 30-day trial. Cancel anytime.

Buy Now for ₹751.41

Buy Now for ₹751.41

সাহিত্যই জীৱনৰ সৰ্বস্ব নহয়। জীৱন তাতোকৈ ডাঙৰ। নিজৰ পথেৰে এটা পৰিপূৰ্ণ জীৱন যাপন কৰাটো সহজ সাধ্য নহয়। জীৱনৰ পথ বিপদ সংকুল। কিন্তু ইনাই বিনাই কান্দিলে বা কাকূতি মিনতি কৰিলে বিপদে জানো বাট এৰি দিব। ভয়ঙ্কৰ বিপদ বা দুৰ্ভাগ্যক প্ৰত্যাহ্বান জনাই হাঁহি হাঁহি জীৱনৰ পথত আগুৱাই যাব পৰাটোৱেহে আচল কথা। মানৱ জীৱন লক্ষ্যহীন হ'লে মানুহৰ বিবৰ্তনো স্তব্ধ হৈ গ'লহেতেঁন। আনহাতে জীৱনৰ যদি লক্ষ্য থাকে তেন্তে সি কেতিয়াও অৰ্থহীন হ'ব নোৱাৰে। জীৱনৰ ঘাট প্ৰতিঘাত, প্ৰত্যাহ্বানক হাঁহি হাঁহি আদৰি লৈ জীৱনত কেনেকৈ আগবাঢ়ি যাব পাৰি তাৰেই যেন মূলমন্ত্ৰ ৰচিত হৈছে এই আত্মজীৱনীমূলক গ্ৰন্থ খনিত। লগতে সন্নিৱিষ্ট হৈছে ১৯৫০ চনৰ পৰা ২০০০ চনলৈকে হোমেন বৰগোহাঞিয়ে লিখা বহুকেইটা গল্প, কবিতা, প্ৰৱন্ধ।©2021 Storyside IN (P)2021 Storyside IN Memoirs, Diaries & Correspondence
adbl_web_anon_alc_button_suppression_t1
No reviews yet