Baghbondi khela cover art

Baghbondi khela

Preview
Free with 30-day trial
Prime logo New to Audible Prime Member exclusive:
2 credits with free trial
1 credit a month to use on any title to download and keep
Listen to anything from the Plus Catalogue—thousands of Audible Originals, podcasts and audiobooks
Download titles to your library and listen offline
₹199.00 per month after 30-day trial. Cancel anytime.

Baghbondi khela

Written by: ৰঞ্জু হাজৰিকা
Narrated by: Gautam Mazumdar
Free with 30-day trial

₹199.00 per month after 30-day trial. Cancel anytime.

Buy Now for ₹448.85

Buy Now for ₹448.85

বাঘবন্দী খেলা , ৰঞ্জু হাজৰিকাৰ অনবদ্য সৃষ্টিসমূহৰ মাজৰে এখন অতি উপভোগ্য ৰহস্যভিত্তিক উপন্যাস ৷ লাবন্যপ্ৰভা, ভতিজাক পুলক আৰু তেওঁৰ পত্নী ৰূপালীক কেন্দ্ৰ কৰিয়েই মূল কাহিনীটো আগবাঢ়ি গৈছে ৷ বৰমাক লাবন্যপ্ৰভাৰ পৰা পোৱা, অহৰহ অশান্তিৰ পৰা পৰিত্ৰান পাবৰ বাবে পুলক আৰু ৰূপালীয়ে কিদৰে বিভিন্ন ষড়যন্ত্ৰৰ মাজেৰে বৰমাক লাবন্যপ্ৰভাক হত্যা কৰাৰ চক্ৰান্ত কৰে আৰু কিদৰে প্ৰতিবাৰেই বিফল হ'বলগা হয়, তাকেই কাহিনীটোৰ মাজেৰে বৰ্ননা কৰা হৈছে ৷ কিন্তু পৰবৰ্তী সময়ত কিদৰে লাবন্যপ্ৰভাৰ মৃত্যু হয়, তাক জানিবৰ বাবে ষ্ট'ৰীটেলৰ জৰিয়তে শুনো আহক বাঘবন্দী খেলা ৷©2023 Storyside IN (P)2023 Storyside IN Thriller & Suspense
adbl_web_anon_alc_button_suppression_c
No reviews yet