Ejon Iswarar Sandhanat cover art

Ejon Iswarar Sandhanat

Preview

Listen with Audible free trial

Free with 30-day trial
Prime logo New to Audible Prime Member exclusive:
2 credits with free trial
1 credit a month to use on any title to download and keep
Listen to anything from the Plus Catalogue—thousands of Audible Originals, podcasts and audiobooks
Download titles to your library and listen offline
₹199.00 per month after 30-day trial. Cancel anytime.

Ejon Iswarar Sandhanat

Written by: অনুৰাধা শৰ্মা পূজাৰী
Narrated by: Paplu Chetia
Free with 30-day trial

₹199.00 per month after 30-day trial. Cancel anytime.

Buy Now for ₹546.23

Buy Now for ₹546.23

এজন ঈশ্বৰৰ সন্ধানত আৰু নিৰ্বাসিত গোলাপ দুখন উপন্যাসিকাৰ সমষ্টি হৈছে এজন ঈশ্বৰৰ সন্ধানত গ্ৰন্থখনি। প্ৰথম খনৰ নায়ক দেৱাশীষ গোস্বামী এজন মেধাৱী ছাত্ৰ। উচ্চ কুলোদ্ভৱ শান্ত-শিষ্ট মেধা ছাত্ৰ দেৱাশীষৰ পিছে মনৰ ভিতৰখন সকলো সময়তে অশান্ত হৈ থাকে। নিজৰ অস্তিত্বক লৈ সকলো সময়তে সন্দিহান হৈ থকা দেৱাশীষৰ ভৱিষ্যত কি হ'ল? আনখনত আছে তিনি বন্ধুৰ কাহিনী। দুই বন্ধুৰ জোশত তৃতীয় বন্ধু যায় জীৱন উপভোগ কৰিবলৈ। তাকো পত্নীক ফাঁকি দি। কিন্তু হঠাৎ এটা দুৰ্ঘটনা। তাৰ পিছত? তাৰ পিছত কি হ'ল? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰখ্যাত ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস 'এজন ঈশ্বৰৰ সন্ধানত'। Action & Adventure Mystery Traditional Detectives World Literature
adbl_web_anon_alc_button_suppression_t1
No reviews yet