Season's Savings | ₹5/mo for 3 months

₹199/month after first 3 months. Renews automatically. Terms apply.
Mur Hridoy Ekhon Juddhakhetra cover art

Mur Hridoy Ekhon Juddhakhetra

Preview
Get this deal Free with 30-day trial
Offer ends on 28 December, 2026.
Prime logo
Only ₹5/month for first 3 months.
Get 1 credit per month to use on any title of your choice.
Listen to anything from the Plus Catalogue—thousands of audiobooks, podcasts, and Audible Originals.
₹199/month after first 3 months. Cancel anytime. Renews automatically. Offer ends 28 December, 2026.
1 credit a month to use on any title to download and keep
Listen to anything from the Plus Catalogue—thousands of Audible Originals, podcasts and audiobooks
Download titles to your library and listen offline
₹199.00 per month after 30-day trial. Cancel anytime.

Mur Hridoy Ekhon Juddhakhetra

Written by: হোমেন বৰগোহাঞি
Narrated by: Devanga Pallav Saikia
Free with 30-day trial Free with 30-day trial

₹199.00 per month after 30-day trial. Cancel anytime.

₹199.00 per month after 30-day trial. Cancel anytime.

Buy Now for ₹650.61

Buy Now for ₹650.61

About this listen
প্ৰথিতযশা সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থকেইখনিৰ এখনি অন্যতম গ্ৰন্থ 'মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ' । গ্ৰন্থখনত সন্নিৱিষ্ট বৰগোহাঞিদেৱৰ জীৱনৰ ভিন্ন ঘটনা-পৰিঘটনাই আপোনাৰ জীৱনটোকো ফঁহিয়াই চোৱাৰ অৱকাশ দিব। কি আছে এই গ্ৰন্থখনৰ ভিতৰছোৱাত? জীৱনৰ সত্তৰ বছৰীয়া জন্মদিনটো কিয় তেওঁৰ বাবে বিশেষ আছিল? কেনে ধৰণৰ আছিল তেওঁৰ মনোজগতখন? যৌৱনৰ আৰম্ভণিৰে পৰা আত্মহত্যাৰ চিন্তাই তেওঁক লগ এৰা নাছিল। কিন্তু কিয়? আত্মহত্যাৰ প্ৰৱণতা আছিল নেকি তেওঁৰ? এই প্ৰৱণতাৰ বাবেই লিখি পেলাইছিল নেকি 'এপিটাফ' নামৰ গল্পটো? প্ৰেম আহিছিলনে তেওঁৰ জীৱনলৈ? 'সাউদৰ পুতেকে নাওঁ মেলি যায়' গ্ৰন্থত উল্লেখিত ৰেণুৰ প্ৰতি কেনেধৰণৰ মনোভাৱ আছিল তেওঁৰ। প্ৰেম নে আকৰ্ষণ? তেওঁ বাৰে বাৰে উল্লেখ কৰা নৰকবাস প্ৰকৃততে কি আছিল? কিয় জীৱনৰ এছোৱা সময়ক তেওঁ নৰকৰ লগত তুলনা কৰিলে? নিশা বেশ্যাৰ গলিলৈ কি কাৰণে তেওঁ যাবলগীয়া হৈছিল? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰথিতযশা সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ আত্মজীৱনীমূলক গ্ৰন্থ 'মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ'। Memoirs, Diaries & Correspondence
adbl_web_anon_alc_button_suppression_t1
No reviews yet