Nilkanthi Braj cover art

Nilkanthi Braj

Preview

Listen with Audible free trial

Free with 30-day trial
Prime logo New to Audible Prime Member exclusive:
2 credits with free trial
1 credit a month to use on any title to download and keep
Listen to anything from the Plus Catalogue—thousands of Audible Originals, podcasts and audiobooks
Download titles to your library and listen offline
₹199.00 per month after 30-day trial. Cancel anytime.

Nilkanthi Braj

Written by: মামণি ৰয়ছম গোস্বামী
Narrated by: Pranami Das
Free with 30-day trial

₹199.00 per month after 30-day trial. Cancel anytime.

Buy Now for ₹504.38

Buy Now for ₹504.38

ধৰ্ম ধ্বজা বহনকাৰী ব্ৰজ। ভক্তিত গদগদ হৈ থকা ব্ৰজবাসী। ভক্তিপীঠ ব্ৰজলৈ আগমন ঘটে বহু ভক্তৰ। জীৱনৰ মূখ্য উদ্দেশ্য বিচাৰি, জীৱনৰ মুক্তি বিচাৰি আগমন ঘটা ভক্তৰ মাজত সৌদামিনীৰ দৰে কোনো বিধবা থাকে, যি মানিব নোখোজে ইহজন্ম, পৰজন্মৰ কথা। থাকে মৃণালিনীৰ দৰে জী, যিয়ে পিতৃ মাতৃৰ শুশ্ৰূষাৰ বাবে পাৰ কৰি দিয়ে এটা এটা বসন্ত। থাকে শশীৰ দৰে গাভৰু বিধৱা, যি নিজৰ শৰীৰটো বচাবৰ বাবে হৈ পৰে কাৰোবাৰ ৰক্ষিতা। পৃষ্ঠাই পৃষ্ঠাই বৰ্ণিত হোৱা ব্ৰজৰ ৰাধেশ্যামী সকলৰ যন্ত্ৰণাদগ্ধ কাহিনীয়ে বুকুৰ মাজত এটা আচৰিত বিষৰ সৃষ্টি কৰে। কেনে ধৰণৰ জীৱন যাপন কৰে ব্ৰজৰ ৰাধেশ্যামী বুঢ়ীসকলে? ঔদ্ধদেহিকৰ বাবে নাখাই নবৈ সাঁচি যোৱা এটা এটা আধলিৰ কাহিনী.. জানিবলৈ শুনক ষ্টৰীটেল যোগে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰখ্যাত ঔপন্যাসিক মামণি ৰয়ছম গোস্বামীৰ মৰ্মস্পৰ্শী তথা কালজয়ী উপন্যাস 'নীলকণ্ঠী ব্ৰজ'। Racism & Discrimination Social Sciences World Literature
adbl_web_anon_alc_button_suppression_t1
No reviews yet