Season's Savings | ₹5/mo for 3 months

₹199/month after first 3 months. Renews automatically. Terms apply.
Noixobdot nixar nayok cover art

Noixobdot nixar nayok

Preview
Get this deal Free with 30-day trial
Offer ends on 28 December, 2026.
Prime logo
Only ₹5/month for first 3 months.
Get 1 credit per month to use on any title of your choice.
Listen to anything from the Plus Catalogue—thousands of audiobooks, podcasts, and Audible Originals.
₹199/month after first 3 months. Cancel anytime. Renews automatically. Offer ends 28 December, 2026.
1 credit a month to use on any title to download and keep
Listen to anything from the Plus Catalogue—thousands of Audible Originals, podcasts and audiobooks
Download titles to your library and listen offline
₹199.00 per month after 30-day trial. Cancel anytime.

Noixobdot nixar nayok

Written by: ৰঞ্জু হাজৰিকা
Narrated by: Tarun Gogoi
Free with 30-day trial Free with 30-day trial

₹199.00 per month after 30-day trial. Cancel anytime.

₹199.00 per month after 30-day trial. Cancel anytime.

Buy Now for ₹350.64

Buy Now for ₹350.64

About this listen
ড০ শুভজিত শ্যাম এজন প্ৰখ্যাত প্ৰত্নতত্ববিদ। তেওঁৰ গৱেষণাগাৰত বিভিন্ন সময়ৰ বিভিন্ন মূৰ্তি বিদ্যমান। কিছুদিনৰ আগতে পৰশুৰাম কুণ্ডৰ ওচৰত খননকাৰ্য চলোৱাৰ পিছত এটা সোণৰ গণেশৰ মূৰ্তি পাই তেওঁ সেইটো পৰীক্ষা নিৰীক্ষাৰ বাবে নিজৰ গৱেষণাগাৰত ৰাখিছিল। তেওঁৰ সহযোগী আছিল ড০ বৰুণ আচাৰ্য। অন্যদিনৰ দৰে সেইদিনাও নিশা এক/ডেৰ বজামানলৈকে ড০ শ্যাম নিজৰ সংগ্ৰহালয়ত আছিল। ড০ বৰুণ গুচি গৈছিল ঘৰলৈ। কিন্তু সেই নিশাই কোনো দুৰ্বৃত্তই ড০ শ্যামক হত্যা কৰি গণেশৰ মূৰ্তিটো লৈ উধাও হয়। হত্যাকাৰীৰ সন্ধানত আৰক্ষী বাহিনী নামি পৰে যদিও ড০ শ্যামৰ দুহিতা সুনন্দাই এই কামৰ দায়িত্ব দিয়ে প্ৰাইভেট ডিটেকটিভ পবিত্ৰ লহকৰক। তাৰ পিছতে সহযোগী ড০ অমলকৃষ্ণ হাজৰিকা আৰু চৰকাৰী ডিটেকটিভ দেৱজিৎ ফুকনৰ সৈতে তেওঁ আৰম্ভ কৰে অনুসন্ধান। অনুসন্ধান চলি থকাৰ মাজতে পবিত্ৰ লহকৰৰ হাতত পৰে মুৰ্মূষ অৱস্থাত ড০ শ্যামৰ হত্যাকাৰী দীনেশ। পিছে কোনে হত্যা কৰিবলৈ বিচাৰিছিল দীনেশক? চেতনা অহাৰ পিছত দীনেশে কোনোবা কুমাৰ চাহাবৰ কথা কৈছিল। লৈছিল দিলীপ আৰু নৃপেনৰ নাম। কিন্তু কোন এওঁলোক? কি কাৰণত হত্যা কৰা হ'ল ড০ শ্যামক? এক বিৰাট আন্তঃৰাষ্ট্ৰীয় মূৰ্তি সৰবৰাহ চক্ৰৰ পম খেদি এক ৰহস্য কথন। এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'নৈঃশব্দ্যত নিশাৰ নায়ক'।©2022 Storyside IN (P)2022 Storyside IN
adbl_web_anon_alc_button_suppression_t1
No reviews yet