Ostoraag cover art

Ostoraag

Preview

Listen with Audible free trial

Free with 30-day trial
Prime logo New to Audible Prime Member exclusive:
2 credits with free trial
1 credit a month to use on any title to download and keep
Listen to anything from the Plus Catalogue—thousands of Audible Originals, podcasts and audiobooks
Download titles to your library and listen offline
₹199.00 per month after 30-day trial. Cancel anytime.

Ostoraag

Written by: হোমেন বৰগোহাঞি
Narrated by: Ratna Das
Free with 30-day trial

₹199.00 per month after 30-day trial. Cancel anytime.

Buy Now for ₹546.23

Buy Now for ₹546.23

ঘড়ীৰ কাঁটাৰ নিৰ্দেশত চলি থকা ব্যক্তি দিলীপ পেছাগত ভাবে এজন প্ৰফেচাৰ। নিয়মানুৱৰ্তিতা মানি চলাটো দিলীপৰ যেন এটা লক্ষ্য। সময়ৰ অকনমান হেৰফেৰ হ'লেই সাংঘাটিক অসন্তুষ্ট হৈ পৰে তেওঁ। এই কথা লৈ মাজে মাজে পৰিবাৰৰ লগত তেওঁৰ অকনমান খুট খাট লাগেও। তথাপি হেৰফেৰ নহয় দিলীপ। গাঁৱৰ ঘৰত দিলীপৰ শৰ্যাগত পিতৃ। পিতৃক লৈ প্ৰতি মূহুৰ্ততে অহেতুক চিন্তা এটা ঘূৰি থাকে দিলীপৰ চৌপাশে। কিন্তু এদিন কলেজলৈ ওলোৱা দিলীপৰ হাতত পৰা টেলিগ্ৰাম এখনে সকলোবোৰ খেলিমেলি লগাই দিয়ে। দিলীপৰ সিদ্ধান্তক আওকাণ কৰিব নোৱাৰি তাৰ লগতে চহৰলৈ অহা পিতৃয়ে নিজকে চহৰৰ পৰিবেশৰ লগত মিলাব পাৰিলে নে? জীৱনৰ শেষ সন্ধিয়াত শেষ হৈ যায় নেকি মানুহৰ জীৱনৰ প্ৰতি থকা মোহ? বৃদ্ধ পিতৃ মাতৃ বাৰু কেনেবাকৈ বোজা হৈ পৰে নেকি পো-জীৰ বাবে? এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে হোমেন বৰগোহাঞি ৰ 'অস্তৰাগ', ৰত্ন দাসৰ কণ্ঠত। Biographical Fiction Genre Fiction Sagas
adbl_web_anon_alc_button_suppression_t1
No reviews yet