Prastar Kanya cover art

Prastar Kanya

Preview

Listen with Audible free trial

Free with 30-day trial
Prime logo New to Audible Prime Member exclusive:
2 credits with free trial
1 credit a month to use on any title to download and keep
Listen to anything from the Plus Catalogue—thousands of Audible Originals, podcasts and audiobooks
Download titles to your library and listen offline
₹199.00 per month after 30-day trial. Cancel anytime.

Prastar Kanya

Written by: মণিকুন্তলা ভট্টাচাৰ্য
Narrated by: Prerana Khanikar
Free with 30-day trial

₹199.00 per month after 30-day trial. Cancel anytime.

Buy Now for ₹721.09

Buy Now for ₹721.09

একবিংশ শতিকাৰ আৰম্ভণিতে অসমীয়া সাহিত্য জগতত পদাৰ্পণ কৰি নিজস্ব সুকীয়া ৰচনা শৈলীৰে এক নতুন সৌৰভ কঢ়িয়াই আনে এগৰাকী নৱীন লেখিকাই। সুন্দৰ শব্দচয়ন, উপস্থাপন আৰু অনবদ্য কাব্যিকতাৰে এগৰাকী সংবেদনশীল সাহিত্যিকৰূপে খুউব কম সময়তে প্ৰতিষ্ঠা লাভ কৰা লেখিকা - মণিকুন্তলা ভট্টাচাৰ্য্য। ২০০২ চনত প্ৰকাশিত তেওঁৰ প্ৰথম গল্প সংকলন ‘প্ৰস্তৰ কন্যা’ই লাভ কৰে ২০০৪ চনৰ মুনীন বৰকটকী বটাঁ। জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তি, ক্ষোভ-হাহাকাৰ, আনন্দ-বেদনাৰ এক অন্তৰস্পৰ্শী দলিল যেন- প্ৰস্তৰ কন্যা। প্ৰতিটো গল্পতে প্ৰতিফলিত হৈছে জীৱনৰ গভীৰ অনুভৱী পাঠ। প্ৰতিটো গল্পই যেন চুই যায় আপোনাৰ অথবা মোৰ অন্তৰৰ কোনোবা এটা নোখোলা পৃষ্ঠা, কোনো এক নোকোৱা কাহিনী। তেনে এক কাহিনীৰ পম খেদি ষ্ট’ৰীটেলত এয়া, আপোনাৰ, মোৰ, আমাৰ জীৱনৰে যেন এক অন্য পৃষ্ঠা - ‘প্ৰস্তৰ কন্যা’ । Anthologies & Short Stories Genre Fiction Short Stories World Literature
adbl_web_anon_alc_button_suppression_t1
No reviews yet