Samayar Pristha cover art

Samayar Pristha

Preview

Listen with Audible free trial

Free with 30-day trial
Prime logo New to Audible Prime Member exclusive:
2 credits with free trial
1 credit a month to use on any title to download and keep
Listen to anything from the Plus Catalogue—thousands of Audible Originals, podcasts and audiobooks
Download titles to your library and listen offline
₹199.00 per month after 30-day trial. Cancel anytime.

Samayar Pristha

Written by: অনুৰাধা শৰ্মা পূজাৰী
Narrated by: Liucinya Borchetia
Free with 30-day trial

₹199.00 per month after 30-day trial. Cancel anytime.

Buy Now for ₹568.70

Buy Now for ₹568.70

ভাৰতত সংবাদ পত্ৰৰ ইতিহাস দুশ বছৰৰো অধিক পুৰণি। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে পৰিগণিত সংবাদ মাধ্যম হৈছে সমাজৰ দাপোন। গণতন্ত্ৰৰ সফলতাৰ মূল চৰ্ত জনগণৰ ৰাজনৈতিক, সামাজিক সচেতনতা বৃদ্ধি কৰা। এনে সচেতনতা গঢ়ি উঠিবলৈ জনসাধাৰণৰ সাম্প্ৰতিক ঘটনাক্ৰমৰ লগত পৰিচিতি থকাৰ দৰকাৰ। সমাজ আৰু সমাজ গঠনকাৰী জনগণৰ মাজৰ এই যুগসূত্ৰই হৈছে সংবাদ মাধ্যম। যোৱা ডেৰকুৰি বছৰৰো অধিক কাল দৈনিক কাকতসমূহৰ সৈতে সমানে ফেৰ মাৰি অসমীয়া সাপ্তাহিক কাকত ‘সাদিন’-এ নিৰৱচ্ছিন্নভাৱে সমাজলৈ সেৱা আগবঢ়াই আহিছে। এই সাদিনৰ এটি অতিকৈ মনোগ্ৰাহী পৃষ্ঠা, সম্পাদক-বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ ‘প্ৰথম পৃষ্ঠাৰ চিন্তা’। সমাজৰ অতি স্পৰ্শকাতৰ বিষয় কিছুমানক লৈ লিখা এই স্তম্ভলেখা যেন কেৱল লেখিকাগৰাকীৰ মনৰে নহয়, প্ৰত্যেকজন সচেতন নাগৰিকৰ হিয়াৰ দাপোন। যি এক মূহুৰ্তৰ বাবে হ’লেও চুই যাব, এপলক থমকি ভাবিবলৈ বাধ্য কৰাব আপোনাক, মোক, সকলোকে। এই স্তম্ভলেখাৰ কিছুসংখ্যক বচা বচা লেখাৰ জুমুঠি, এয়া - ‘সময়ৰ পৃষ্ঠা’। Memoirs, Diaries & Correspondence
adbl_web_anon_alc_button_suppression_t1
No reviews yet