Oxaanto Prohor cover art

Oxaanto Prohor

Preview

Listen with Audible free trial

Free with 30-day trial
Prime logo New to Audible Prime Member exclusive:
2 credits with free trial
1 credit a month to use on any title to download and keep
Listen to anything from the Plus Catalogue—thousands of Audible Originals, podcasts and audiobooks
Download titles to your library and listen offline
₹199.00 per month after 30-day trial. Cancel anytime.

Oxaanto Prohor

Written by: কাঞ্চন বৰুৱা
Narrated by: Kumar David Das
Free with 30-day trial

₹199.00 per month after 30-day trial. Cancel anytime.

Buy Now for ₹659.55

Buy Now for ₹659.55

নলেগলে লগা কলেজৰ পাঁচ বন্ধু। কিন্তু সময়ৰ লগে লগে নিজ নিজ কৰ্তব্যৰ দিশে আগবাঢ়ি যায় সকলো। নিতান্তই প্ৰয়োজন বাবে এজন বন্ধুৱে আৰক্ষীত যোগদান কৰাৰ বিপৰীতে অন্য চাৰিজনৰ কাৰ্যপন্থা হৈ পৰে ভিন্ন। কিন্তু সেই সময়ৰ শাসনাধিষ্ঠিত বিদেশীৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহে এই চাৰি বন্ধু। বুকু তোলপাৰ কৰি এক অদম্য তৃষ্ণাই যেন তেওঁলোকক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই আনে। তেওঁলোকৰ লগত যোগ দিয়ে শ শ কিশোৰ কিশোৰীৰ দলে। জীৱন পণ কৰি এই সকলে সুখ আৰামৰ পৰিবৰ্তে বৰণ কৰি লয় নিৰ্দয় পুলিচৰ লাঠিৰ কোব, জেইলৰ জঘন্য অত্যাচাৰ, বুকু পাতি লয় পুলিচৰ গুলী অথবা থিয় দিয়ে ফাঁচিকাঠত। স্বাধীনতা সংগ্ৰামৰ এক দলিল।লগতে প্ৰত্যেক বাৰৰ মুখামুখিত পাঁচ বন্ধুৰ অন্তৰত কেনে এখন যুদ্ধ চলিছিল? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰথিতযশা সাহিত্যিক কাঞ্চন বৰুৱাৰ উপন্যাস 'অশান্ত প্ৰহৰ'। Crime Fiction Genre Fiction Historical Political Sagas
adbl_web_anon_alc_button_suppression_t1
No reviews yet