Puwoti Tora cover art

Puwoti Tora

Preview

Listen with Audible free trial

Free with 30-day trial
Prime logo New to Audible Prime Member exclusive:
2 credits with free trial
1 credit a month to use on any title to download and keep
Listen to anything from the Plus Catalogue—thousands of Audible Originals, podcasts and audiobooks
Download titles to your library and listen offline
₹199.00 per month after 30-day trial. Cancel anytime.

Puwoti Tora

Written by: কাঞ্চন বৰুৱা
Narrated by: Paplu Chetia
Free with 30-day trial

₹199.00 per month after 30-day trial. Cancel anytime.

Buy Now for ₹448.85

Buy Now for ₹448.85

সীতা। অভাৱ, অনাটন, দৈন্যতাৰ সৈতে যুঁজ দি চলি থকা এগৰাকী নাৰী, যাৰ কাষত আছে কণ কণ চাৰি সন্তান। দেশৰ বাবে ওলাই অহা সীতাৰ স্বামী অমূল্য হৈছে ৰজাঘৰৰ অতিথিশালাৰ তৃতীয় শ্ৰেণীৰ বন্দী। বছৰৰ বেছিভাগ সময়ে থাকে জেলত। অমূল্য আৰু সীতাৰ বৰ পুত্ৰ সুশান্ত। খুব কম বয়সতে দুৰ্দশাগ্ৰস্ত জীৱনে সুশান্তক বহু কথাই শিকাইছে। সময় আগবাঢ়ে। দুখ দুৰ্দশাৰ মাজেৰে ডাঙৰ হৈ আহে সীতাৰ সন্তানকেইটা। জেলৰ পৰা ওলাই আহে অমূল্য। কিন্তু সময় তেওঁলোকৰ অনুকূলে নাথাকে। দেশৰ কাৰণে পুনৰ ওলাই যোৱা অমূল্য এইবাৰ আৰু ঘূৰি নাহে। কিন্তু তাৰ মাজতে অভাৱনীয় ভাৱে ঘটে কিছু ঘটনা। সুশান্তৰ জীৱনলৈ আহে কুঁৱৰী, আহে সুশান্তৰ কৰ্মৰত প্ৰতিস্থানৰ মালিক গৱৰ্ণৰ, আহে গৱৰ্ণৰৰ নাতিনী প্ৰিন্সেছ। আৰু কাহিনীয়ে নতুন মোৰ লয়। অমূল্যৰ কি হ'ল? সীতাৰে বা বাকী সন্তান কেইটাৰ কি হ'ল? কোন হয় এই কুঁৱৰী? সুশান্তৰ জীৱনত প্ৰিন্সেছৰ আগমনে কি আনিলে? গৱৰ্নৰ লগতে বা সুশান্তৰ সম্পৰ্ক কি? জানিবলৈ শুনক কাঞ্চন বৰুৱাৰ জনপ্ৰিয় উপন্যাস 'পুৱতি তৰা'। Crime Fiction Genre Fiction Political
adbl_web_anon_alc_button_suppression_t1
No reviews yet